এটি সপোনে বহুদিন ধৰি কৰিছে আমনি
আমনি, সপোনবোৰ মায়াবী….!!
মই নজনা নহয়
সপোনবোৰ আৰু বেছি যটিল কৰি তুলিছা তুমি
এটা সপোনৰ ভিতৰত আন এটা সপোন ৰচিছা তুমি
সপোন প্ৰদেশৰ সকলো কাহিনিত
মুখ্য চৰিত্ৰ তুমি…..!!
হয়তু তুমি নাজানা
তুমি মোৰ সপোনৰ ভিতৰত আছা
হাজাৰ সপোন খেলি….!!