মই নাথকিলে যদি, তোমাৰ
ন’ সপোনে ওমলে হিয়াৰ পাহিত
গুচি যাম মই পৃথিৱীৰ শেষ
সিমনালৈ’
যন্ত্ৰনাৰ কোলাহলেৰে ভৰা
এখন জীৰ্ণ ৰেলত উঠি
দুহাতৰ মুঠিত লৈ তোমাৰ স্মৃতিৰ
পাপৰি….!!
কিন্তূ, তোমি বিনে মোৰ জীৱনৰ
পৃষ্ঠাবোৰ খালি খালি…..!!
মই নাথাকিলে যদি, তোমাৰ
ঢাল লয় ন, সপোনৰ নদি….
বৈ যোৱা মোৰ হ্ৰিদয়ৰ গড়া
ভাঙি
মই ৰৈ দিম তোমাৰ এৰাহোঁতিত…..!!
- পৰশ পৰাগ
দত্ত