Tuesday, 4 July 2017

বৰষুন
তুমি নামি আহা.
এজাক কিন-কিনিয়া বৰষুন হৈ
টিটিবলৈ দিয়া মোক তোমাৰ
মৰমৰ বৰষুন জাকত
তুমি বৈ যোৱা মোৰ বুকুৱেদি..!!
এসাগৰ মৰম নদি হৈ.
যেনেকৈ তোমাৰ হেপাহ
তেনেকৈ বৈ যোৱা তুমি
মাথো সদায় থাকা যেন তোমি
মোৰ কাষতে ৰৈ..!!


-       পৰশ পৰাগ দত্ত


No comments: