Mur Adha Likha Kobita
Tuesday, 8 May 2018
Assamese Sad PoEM
পাৰা পাৰহীন সপোন বুকুত বান্ধি
আহিছিলো তাহাঁনিতে
প্ৰশান্তি বিছাৰি সুখৰ
…
!!
সপোন সুখৰ ৰ’দকাঁচলিত বহি
বহু কথা পাতিছিলো মনৰ
…
!
শৈশৱ, কৈশোৰ, যৌৱন
কেনি জানো পাৰ হৈ গল
ৰিণিকি ৰিণিকি মনত পৰে
অতিতৰ স্মৃতি ধুসৰ
…
!!
- Parash Porag Dutta
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment