সপোনে, দিঠক, তোমাক পোৱাৰ
ক্ষণ গণো অবেলি, গধুলি
এক্ষন্তেকো ৰ’ব নোৱাৰো
তোমাক নেদেখিলে আজি কালি
বিৰহৰ বেদনাত মই মৰো জ্বলি জ্বলি…!!
এইয়াই প্ৰেম নিকি… নাজানো
ইয়ে কৰে মোক কিমান যে আমনি…!
কেতিয়াবা হঠাতে দুচকু উঠে সেমেকি
আৰু কেতিয়াবা….
বুকুৰ কামিহাড়ো যাব খোজে ভাঙি….!!
- Parash Porag Dutta
No comments:
Post a Comment