কবিতা
নিলিখা ল’ৰাটো.....!!
তোমাৰ আনমনা মনটোৱে কাৰ
সপোন ৰচে ক’বানে?
সপোন ৰচে ক’বানে?
তুমিটো
শব্দৰ মালাৰে কবিতা ৰচা
নাই কেতিয়াওঁ…..
কিন্ত তোমাৰ প্ৰতিটো শব্দই মোৰ
বাবে এটি ছন্দময় কবিতা!
তোমাৰ সৰল-নিভাঁজ কথাবোৰত,,
জীয়াই থকাৰ হেপাঁহবোৰ বিচাৰি পাওঁ যেতিয়া,
মোক কোনোৱে প্ৰশ্ন কৰে,
"ভালপোৱা" মানে কি?
মই কওঁ,ইমান গধুৰ শব্দৰ বোজা
কঢ়িয়াই ভালপোৱাৰ সংজ্ঞা দিব নোৱাৰো মই!মোৰ বাবে,
ভালপোৱা মানে তুমিআৰু
নাই কেতিয়াওঁ…..
কিন্ত তোমাৰ প্ৰতিটো শব্দই মোৰ
বাবে এটি ছন্দময় কবিতা!
তোমাৰ সৰল-নিভাঁজ কথাবোৰত,,
জীয়াই থকাৰ হেপাঁহবোৰ বিচাৰি পাওঁ যেতিয়া,
মোক কোনোৱে প্ৰশ্ন কৰে,
"ভালপোৱা" মানে কি?
মই কওঁ,ইমান গধুৰ শব্দৰ বোজা
কঢ়িয়াই ভালপোৱাৰ সংজ্ঞা দিব নোৱাৰো মই!মোৰ বাবে,
ভালপোৱা মানে তুমিআৰু
তুমি
মানেই ভালপোৱা…!!
No comments:
Post a Comment