যদিও মই তোমাৰ প্ৰেমিক নহয়
তোমাক লৈ লিখি দিব পাৰো এটি
সাংঘাতিক প্ৰেমৰ কবিতা
লিখিদিব পাৰো এটা বিৰহ বিচ্ছেদৰ
জিবন্ত কবিতা…!!
ওৰে নিশা আশাবোৰ অন্তৰত উজাগৰে
থাকে,
তোমাৰ নৃত্যুৰ লয়লাসত বিমুগ্ধ
হৈ…!!
প্ৰেমিক প্ৰেমৰ জগতত অনন্য,
মই কাৰো প্ৰেমিক নহলেও বুজি
পাওঁ
প্ৰেমৰ মহত্ব….!!
No comments:
Post a Comment