Friday, 9 February 2018

Assamese Poem By Parash Porag Dutta


মোৰ স্বপ্ন প্ৰদেশৰ
অদৃশ্য আকাশী ৰথেৰে নামি অহা
টলকা চকুৱা সেই মেঘালী চুলিৰ
ধুনীয়া ছোৱালী জনী,
তোমাক ভাল লাগে.!!
সপোনত তোমাক
চুই চাবলৈ কিনো ভয় লাগে নাজানো
লাজে লাজে গৈ কব খোজোতেই
কিয় জানো মোৰ টুপনি ভাঙে!!
সুধিবলৈ মন যায় তোমাক
আচলতে মেঘালী চুলিৰ ভাজত
এমুঠি মৰম ৰাখিছা কাৰ বাবে!!

-       পৰশ পৰাগ দত্ত



4 comments:

Unknown said...

😍😍😍💝

Parash Porag Dutta said...

Thank u

Unknown said...

Awesome

Anonymous said...

https://www.facebook.com/profile.php?id=61563802972959&mibextid=ZbWKwL

Apunar kobita aei jone sur kori nijor statusot logai wah wah loise