Wednesday, 17 January 2018

Assamese Poem মৰীচিকা…!! BY Parash Porag Dutta

মৰীচিকা!! অনুগ্ৰহ কৰি অকৌ
নাহিবা উলটি তুমি.
হৃদয়ৰ শুকান পাতখিলা
নিয়ৰত তিতিবলৈ দিয়া আজি.!!
গোপনে, নিৰৱে তাক
পিৰলিতে থাকিবলৈ দিয়া আজি..
তিতি যানোচা শ্মৃতিৰ ৰাগীত
মোক কয়হি..
তোমাক ভাল পাওঁ বুলি!!


-        পৰশ পৰাগ দত্ত


No comments: