Wednesday, 17 January 2018

তোমাৰ সতে মোৰ গভীৰ ভালপোৱা Assamese Poem

তোমাৰ সতে মোৰ গভীৰ ভালপোৱা
গোপনে গোপনে, নয়নে নয়নে
জীৱনত তোমাক প্ৰথম দেখা দিনাৰে পৰা
জীৱনৰ সকলো চন্দ
তোমাৰ প্ৰেমত মুগ্ধ..!!
সৃষ্টিৰ সমস্ত গৰীমা
তোমাৰ দুচকুত দিয়ে ধৰা,
তোমই সচাই বৰ ধূনীয়া!!
তৃষ্ণাতোৰ জীৱন মেৰুত
প্ৰেমৰ অনন্ত মেলা!!
ধিৰে ধিৰে নামি আহে সন্ধিয়া
মোৰ চাৰিওফালে এক বিশাল শূন্যতা

-        পৰশ পৰাগ দত্ত



No comments: