উজাগৰি ৰাতিৰ নিসংগতা
মৌন সাক্ষী এটি দুটি তৰা...!!
স্মৃতিৰ অভিধান বুকুত লৈ
অবুজ বিষাদ ভাষাহীন মৌনতা...!!
নিস্তব্ধ নিশা উপলব্ধি হুমূনিয়াহ,
বেদনাৰ বুকু তোমাৰ মৰমৰ খলা বমা...!!
মৌন সাক্ষী এটি দুটি তৰা...!!
স্মৃতিৰ অভিধান বুকুত লৈ
অবুজ বিষাদ ভাষাহীন মৌনতা...!!
নিস্তব্ধ নিশা উপলব্ধি হুমূনিয়াহ,
বেদনাৰ বুকু তোমাৰ মৰমৰ খলা বমা...!!
No comments:
Post a Comment