ভাল পাওঁ কিয় মই..?? কেনেকৈ বুজাও হেৰা
ভাল পাওঁ কিয়নো তোমাকে…..!!!
বিশ্বৰ মাধুৰি ৰাখি জীৱনৰ মৌ কোহ
আছে তোমাতেই লোকাই..!!
তোমাকেই মই বিছাৰো প্ৰিয়
শতৰূপে শতবাৰ
জনমে জনমে এয়ে মোৰ
অনন্ত অভিসাৰ…!!
আছে মোৰো এটি দুটি গান
ভৰিব জানো তাৰেই তোমাৰ প্ৰাণ..??
তোমাৰ দাবী অনেক বেছি,
শূন্য হাতে ভাবোঁ…….
কিদৰে ভাঙো তোমাৰ অভিমান…!!
-
পৰশ পৰাগ দত্ত
No comments:
Post a Comment